গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰীৰ || অহা বছৰৰ পৰা মেট্ৰিকত নাথাকিব ডিভিজনৰ ব্যৱস্থা || SEBA || HSLC
🔴 অহা বছৰৰ পৰা মেট্ৰিকত নাথাকিব ডিভিজনৰ ব্যৱস্থা। স্থানৰ পিছত মেট্ৰিক পৰীক্ষাৰ পৰা প্ৰত্যাহাৰ হ'ব ডিভিজনৰ ব্যৱস্থাও। গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। দুই-এদিনৰ ভিতৰতে আনুষ্ঠানিক ঘোষণা কৰিব শিক্ষা বিভাগে।
#seba
#hslc
#hslc2025
#funandlearnassam
#assam
#axomiya
#assamese
Watch video গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰীৰ || অহা বছৰৰ পৰা মেট্ৰিকত নাথাকিব ডিভিজনৰ ব্যৱস্থা || SEBA || HSLC online without registration, duration hours minute second in high quality. This video was added by user FUN AND LEARN - ASSAM 02 August 2024, don't forget to share it with your friends and acquaintances, it has been viewed on our site 417 once and liked it like people.